3-days Training programme for the Surveyors of
ASER-2022
W.e.f:- 11th October to 13th of October, 2022
Venue:- DIET, Dibrugarh, Chabua.
Workshop on Education Technology Training for Science and Mathematics Teachers
Organized by: DIET, Dibrugarh, Chabua
Date: 5-6 August, 2022, Venue:- DIET, Dibrugarh, Chabua
Total participants: 31
Celebration of Independence Day, 2022
Har Ghar Tiranga hoisting-National Flag
13th to 15th August, 2022
প্ৰশিক্ষাৰ্থী সকলৰ শৈক্ষিক বাতাবৰণ অব্যাহত ৰখাৰ বিনম্ৰ প্ৰয়াসেৰে ‘জানো আহা’ নামৰ এক হোৱাটছআপ গ্ৰুপ সৃজন কৰা হৈছিল| আমি কিছু বিশেষ বিশেষ বিষয় সম্পৰ্কে আলোকপাত কৰিবলৈ গ্ৰুপৰ মাধ্যমেদি আহ্বান জনাইছিলো | উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰশিক্ষাৰ্থীসকলে ভিন ভিন বিষয়ত নিজা দৃষ্টিভংগী প্ৰকাশ ঘটাবলৈ সক্ষম হয়| সংগ্ৰহ হোৱা বিষয়খিনি সামৰি পিডিএফ আৰু ফ্লিপবুক আকাৰে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে|
Celebration of National Sports Day, 2022
29-08-2022
জিলা সমল গোটৰ (District Resource Unit) উদ্যোগত তথা বি.এড আৰু ডি.এল.এড তৃতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলৰ সহযোগত ৯ ডিচেম্বৰ, ২০২০ তাৰিখে খাৰজান চাহ বাগিছা অঞ্চলত প্ৰাপ্তবয়স্ক সাক্ষৰতা সন্দৰ্ভত এক জৰীপ কাৰ্যসূচী সমাপন কৰা হয়|
ডায়েট, ডিব্ৰুগড় পৰিয়ালৰ সদস্য প্ৰবক্তা শ্ৰীভূপেন কুমাৰ দাস, প্ৰবক্তা শ্ৰীঅনিমা গোস্বামী আৰু জ্যেষ্ঠ কাৰ্যালয় সহায়িকা শ্ৰীলাৱণ্য ফুকনৰ সন্তানত্ৰয় ক্ৰমে ভাৰ্গৱ দাস, মমিতা কটকী আৰু ভায়’লিনা গোহাঁইয়ে
সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে ডায়েট, ডিব্ৰুগড় পৰিয়ালৰ তৰফে তিনিওগৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় । তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বাবে থাকিল অফুৰন্ত শুভকামনা ।
2 days training on Map Reading and
Art-Integrated teaching in social Science
Date:- 7th and 8th September, 2022
Venue:- DIET, Dibrugarh, Chabua.
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডিব্ৰুগড়ৰ উদ্যোগত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক আন্তঃ ক্লাব ক্ৰিকেট প্ৰতিযোগিতাৰ অন্তিম দিনৰ কিছু আলোকচিত্ৰ | ১৩-০৩-২০২২।
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ নতুন অধ্যক্ষ (ভাৰপ্ৰাপ্ত) হিচাপে জ্যেষ্ঠ প্ৰৱক্তা শ্ৰীযুত অনুজ কুমাৰ ভট্টাচাৰ্যই ইং ০১-০১-২০২২ তাৰিখে দায়িত্বভাৰ গ্ৰহণ কৰে |
The goal of art is a vital expression of self. The sand sculpture and
sandcastle by D.El.Ed 1st semester trainees under the guidance of Lecturer Ajoy Bhattacharjee is worth appreciation. The young hands of these artists have work hard to create some of the beautiful sculptures and castles worth watching.
‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ উপলক্ষে শোভাযাত্ৰা আৰু গণ সজাগতা সভা
০৮ আগষ্ট, ২০২২
Installation of Broadband Connection
Railwire
কলা শিক্ষাৰ অধীনত Clay modelling সম্পৰ্কে প্ৰশিক্ষণৰত অৱস্থাত প্ৰশিক্ষাৰ্থী সকল..
ক্ষেত্ৰ অধ্যয়ন (বি.এড. দ্বিতীয় ষান্মাসিক- ২০২১-২৩)
[📍] লিডু- মাৰ্ঘেৰিটা- ডিগবৈ
[📆] ৩১.০৮.২০২২
One day Orientation Programme on JJ Act. POCSO Act. Cyber bullying among Teacher Trainees and Teacher Educators,
on 20/10/2022 at DIET, Dibrugarh, Chabua.
ৰাভা দিৱস উদ্যাপন ২০.০৬.২০২২
OUR PROUD
Ms. Pollobi Kalita,
Lecturer, DIET, Dibrugarh, Chabua
Achieved
1st class 1st position M.A., Education
Under Dibrugarh university
Distance Education (DODL)
Held in july-2021
On the occasion of National Education Day, the students and the faculty members of DIET had a discussion on the relevance of Early Childhood Education. Prasun, from Avaniti Education and Training Foundation was present to facilitate the forum. The discussion was around the topics of relevance of education, the political and sociological aspects of education and their relevance in Early Childhood Education. The participants came up with various queries and responses and the discussion was fruitful and constructive.
One day Workshop on Post NAS-2021 Intervention
Date:- 01-11-2022
Venue:- DIET, Dibrugarh, Chabua.
FL Survey-2022
Celebration Rashtriya Ekta Diwas
Date:- 31st October, 2022.
ডি.এল.এড তৃতীয় ষান্মাসিকৰ (২০১৯-২১) কলা শিক্ষা পাঠ্যক্ৰমৰ অন্তৰ্গত প্ৰকৃতি পৰ্যৱেক্ষণ অধ্যায়ৰ বাস্তৱ অভিজ্ঞতা লাভ কৰিবৰ বাবে প্ৰশিক্ষাৰ্থী সকলক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰোৱা হয় | উক্ত পৰিদৰ্শনত আমাক পথপ্রদর্শক হিচাপে সহযোগ কৰে প্ৰকৃতিপ্ৰেমী অনুষ্ঠান নেচাৰ্ছ বেকনে| এই আপাহতে মুখ্য পথপ্রদর্শক শ্ৰীজয়ন্ত ভূঁঞাকে ধৰি অন্য তিনিজন সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰিছো |
দিনাংকঃ ২২.০১.২০২১
১৮ জানুৱাৰী, ২০২২ তাৰিখে ৰাজ্যিক পাঠ্যক্ৰমৰ পৰিকাঠামো বিকাশ কাৰ্যসূচীৰ লগত সংগতি জিলা পৰ্যায়ৰ এখন পৰামৰ্শ বৈঠক অনুষ্ঠিত হয় | বৈঠকত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, যোৰহাটৰ উপ-সঞ্চালিকা শ্ৰীযুতা মঞ্জু ফুকন উপস্থিত থাকে|
২৭ আগষ্ট, ২০২১ তাৰিখ শুক্ৰবাৰে পুৱা ১১ বজাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান,
ডিব্ৰুগড়ৰ বাৰ্ষিক আলোচনী (২০২০-২১ বৰ্ষ) ‘উদয়’ উন্মোচনৰ কৰা হয় | মাননীয়া অধ্যক্ষা শ্ৰীযুতা ৰুণু গগৈ সোণোৱালে সঞ্চালনা কৰে আৰু বিশিষ্ট সাংবাদিক, নাট্যকৰ্মী শ্ৰীযুত অমূল্য খাটনিয়াৰদেৱে আলোচনী খনি উন্মোচন কৰে।
“মানুহে মানুহৰ বাবে অকনি সহানুভূতিৰে...”
বানপীড়িত ৰাইজৰ বাবে আৰ্থিক সহযোগিতা বিচাৰি প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকলৰ সহযোগত ৫ জুলাই, ২০২২ তাৰিখে চাবুৱা নগৰত এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয় | এই অনুষ্ঠানত চাবুৱা নগৰৰ ব্যৱসায়ী আৰু স্থানীয় ৰাইজৰ পৰা ২৩,৫০০ টকাৰ বৰঙণি সংগ্ৰহ কৰা হয়। সংগৃহীত টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰেৰণ কৰা হয়।
8th International Day of Yoga, 21st June, 2022
School Internship কাৰ্যসূচীৰ অধীনত পৰ্যবেক্ষকৰ দ্বাৰা শ্ৰেণীকোঠাৰ পাঠদান পৰ্যবেক্ষণ কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰস্তুত কৰা ৯ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়|
[🏷️] ডি.এল.এড. চতুৰ্থ ষান্মাসিক (২০২০-২২)
বি.এড. প্ৰথম ষান্মাসিকৰ (Session-2021-23) প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা স্মাৰ্ট শ্ৰেণীকোঠাৰ সমলৰ সহায়ত ডিজিটেল পাঠ আৰু স্মাৰ্ট পাঠ (Digital Class & Smart Class) Microsoft PowerPoint ৰ সহায়ত উপস্থাপন।
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, ২০২২ উপলক্ষে
প্ৰশিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা ২৮-০২-২০২২ তাৰিখে অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানত প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰীযুত অনুজ কুমাৰ ভট্টাচাৰ্যই
বিজ্ঞান দিৱসৰ তাত্পৰ্য সম্পৰ্কে বক্তব্য দাঙি ধৰে|
বিগত সময়ছোৱাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ পৰা পাঠ্যক্ৰম গ্ৰহণ কৰি অসম চৰকাৰৰ বিভিন্ন বিভাগত সংস্থাপিত হোৱা সকলক একগোট কৰি ভাৱ বিনিময় কৰাৰ উদ্দেশ্যে ১৫ জুলাই, ২০২২ তাৰিখ শুক্ৰবাৰে প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰায় তিনিকুৰি প্ৰাক্তন প্ৰশিক্ষাৰ্থীৰ আগমন আৰু অংশগ্ৰহণে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিলে । প্ৰতিষ্ঠানৰ তৰফে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো ।
Terracotta furnishing process D.El.Ed 3rd Semester (2019-2021)
বি.এড. দ্বিতীয় ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলৰ বাবে ৬ দিনীয়া যোগ শিক্ষাৰ কৰ্মশালা ১৩-১৮ জুন, ২০২২
Today was good. Today was fun. Tomorrow is another one.
#Sand Sculpture #D.El.Ed 1st Semester (2020-22) #Guijan Ghat #Dibru Saikhowa National Park 2021
School Internship
D.El.Ed. 3rd Sem., Session:- 2020-22
ৰাষ্টীয় শিক্ষানীতি-২০২০
এদিনীয়া কৰ্মশালা
স্থান- ডায়েট, ডিব্ৰুগড়, চাবুৱা, তাং-২৮-১০-২০২২
গণৰাজ্য দিৱস উদযাপন
২৬ জানুৱাৰী, ২০২২ চন।
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়, চাবুৱা।
District Level Yoga Olympiad
10.05.2022
বিশ্ব পৰিৱেশ দিৱস উদ্যাপন 🌱 ০৫.০৬.২০২২
Chief Minister's Institutional Plantation Programme
18th july to 15th Aug, 2022
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ৰ উদ্যোগত ১৮ জানুৱাৰী- ২১ জানুৱাৰী লৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে 'e-Content development' সম্পৰ্কে অনলাইন মাধ্যমেৰে এক প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়| জিলাখনৰ ছটা শৈক্ষিক খণ্ডৰ পৰা নিৰ্বাচিত ৩০ জন শিক্ষক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে প্ৰবক্তা ক্ৰমে ভূপেন কুমাৰ দাস, দীপামণি ফুকন, ৰঞ্জন বৰা, স্বৰাজ ফুকন, নিপজ্যোতি পাটিৰি আৰু মৃদুস্মিতা ফুকনে প্ৰশিক্ষণ আগবঢ়ায়|
District Level Sharing on Gunotsav-23 cum DACG and Block level LO & Cluster Level Nodal Teachers Training on Gunotsav-2023 on 09.01.2023
Under the supervision of present Principal, i/c
Mr. Anuj Kumar Bhattacharyya the infrastructure of
DIET, Dibrugarh, Chabua has been re-innovated as per following:-
On observation of 400th Birth Anniversary of
Bir Lachit Borphukan
on 14th October, 2022 at DIET, Dibrugarh, Chabua.
ডায়েট সপ্তাহ- ২০২১
শিক্ষক দিৱস উদ্যাপন
০৫.০৯.২০২২
এই মাহৰ অতিথি
২৭ নৱেম্বৰ, ২০২০ তাৰিখ শুক্ৰবাৰে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ডিব্ৰুগড়ত ‘এই মাহৰ অতিথি’ শীৰ্ষক অনুষ্ঠানটি অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে যুৱ চিত্ৰশিল্পী অভিজিৎ শইকীয়া। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ চাবুৱা নগৰৰ নিবাসী শিল্পীগৰাকীয়ে ইতিমধ্যেই নিজ শিল্প কৰ্মৰ যোগেদি দেশ দৰবাৰত মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে।
বাৰ্ষিক মুখপত্ৰ ‘উদয়’ (২০২১-২২ বৰ্ষ) উন্মোচন [📙]
৩০.০৮.২০২২
Workshop on Basics of Photography Resource Person- Tarkik Dutta
"We are making photographs to understand what our lives mean to us!"
Date- 06.01.2021
ডি.এল.এড তৃতীয় ষান্মাসিকৰ কলা শিক্ষা পাঠ্যক্ৰমৰ অন্তৰ্গত ক্ষেত্ৰ অধ্যয়নৰ সৈতে সংগতি ৰাখি পৰিৱেশ ৰক্ষাৰ উপযোগিতা/অনুৰোধ সম্বলিত বেনাৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত সংযোজিত কৰা হয় |
দিনাংকঃ ২২.০১.২০২১